২০১৬ চনত ‘গুৱাহীটাবাসী চতিয়া সমাজে এটি গীত ‘‘থিম ছং’ হিচাপে গ্ৰহণ কৰে। গীতটিৰ সুৰকাৰ প্ৰয়াত ভৱেন শইকীয়া আৰু গীতিকাৰ মীনাক্ষী বৰুৱা। সদস্যাসকলে গীতটো বাৰ্ষিক অধিৱেশনত পৰিৱেশন কৰা দেখা গৈছে। ২০২০ চনত অনুষ্ঠিত হোৱা ‘গুৱাহীটাবাসী চতিয়া সমাজৰ বাৰ্ষিক অধিৱেশনৰ কিয়দংশ ২০২৩ চনত ‘গুৱাহীটাবাসী চতিয়া সমাজ’”-ৰ বনভোজৰ দৃশ্য। মৃত্যুৰ কিছুদিন পূৰ্বে গুৱাহাটীবাসী চতিয়া সমাজৰ প্ৰতিনিধিসকলৰ লগত প্ৰয়াত পোৱাল বৰুৱাৰ কথোপকথন। NEXT