গুৱাহাটীবাসী চতিয়া সমাজ

গুৱাহাটীবাসী চতিয়া সমাজ সম্পৰ্কে প্ৰকাশিত বা-বাতৰি আৰু খবৰ

News and media publication about Guwahati Basi Chatia Samaj

গুঃবাঃচঃ সমাজৰ দ্বাৰা অনুষ্ঠিত হোৱা কাৰ্যসূচীসমূহঃ

Events organized by G.B.C. Samaj

২০২৪ চনৰ ডিচেম্বৰ মাহত, সমাজৰ কাৰ্যকৰী সদস্য ঋতুৎপল বৰদলৈৰ মাতৃৰ বিয়োগৰ সময়ত শোকসন্তপ্ত পৰিয়ালৰ ওচৰত গুৱাহাটীবাসী চতিয়া সমাজৰ সদস্যসকল।

২০২২ চনত সমাজে অনিষ্ঠিত কৰা বাৰ্ষিক অধিৱেশনত সদস্যাসকলে গীত (কোৰাছ) পৰিৱেশন কৰিছে…

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে চতিয়াৰ প্ৰয়াত ভবেন হাজৰিকাক গুৱাহাটীবাসী চতিয়া সমাজে সন্মান জনোৱাৰ দৃশ্য

Felicitation to Late Bhaben Hazarika of Sootea for his contribution towards Mahapurus Srimanta Sankardav ‘s Sanskriti .

স্বৰ্গীয় পোৱাল বৰুৱাদেৱৰ বাসগৃহত গুৱাহাটীবাসী চতিয়া সমাজৰ প্ৰতিনিধিসকলে সৌজন্যতাসূচক দর্শন কৰি কথা পতাৰ দৃশ্য

অসমীয়া বোলছবি জগতলৈ আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে গুৱাহাটীবাসী চতিয়া সমাজে শ্ৰীমতী ৰূপজ্যোতি দাস শৰ্মাক সন্মান জনোৱাৰ দৃশ্য

Facilitated Smt. Rupjoyti Das Sarmah for her contribution towards Assamese Cinema,

২০১৬ চনত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহত সত্ৰীয়া সংস্কতিলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীযুত গোপাল কৃষ্ণ গোস্বামীক সম্বৰ্ধনা জনোৱা দেখা গৈছে। 

Felicitated Shri Gopal Krishna Goswami of Chatia for his contribution to “Satriya Sanskriti” in the year 2016 at cultural function held at Silpagram, Guwahati.

স্বৰ্গীয় ৰেৱতী মোহন হাজৰিকাক নিজ বাসগৃহত উপস্থিত হৈ গুৱাহাটীবাসী চতিয়া সমাজৰ প্ৰতিনিধিসকলৰ লগত সম্পাদক অজিত কুমাৰ শইকীয়াই তেখেতক সম্বৰ্ধনা জনোৱা দৃশ্য।

স্বৰ্গীয় পুণ্য বৰাক নিজ বাসগৃহত উপস্থিত হৈ গুৱাহাটীবাসী চতিয়া সমাজৰ প্ৰতিনিধিসকলে তেখেতক সম্বৰ্ধনা জনোৱা দৃশ্য।

স্বৰ্গীয় দিবাকৰ কটকীক নিজ বাসগৃহত উপস্থিত হৈ গুৱাহাটীবাসী চতিয়া সমাজৰ প্ৰতিনিধিসকলে তেখেতক সম্বৰ্ধনা জনোৱা দৃশ্য।

 গুৱাহাটীবাসী চতিয়া সমাজৰ কেইজনমান সদস্য আৰু বিষয়ববীয়া।

 গুৱাহাটীবাসী চতিয়া সমাজে ২০২২ চনত আয়োজন কৰা বাৰ্ষিক সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল সৰ্বশ্ৰী প্ৰাঞ্জল শইকীয়া আৰু ৰাজীৱ প্ৰকাশ বৰুৱা।

 গুৱাহাটীবাসী চতিয়া সমাজে ২০২২ চনত আয়োজন কৰা বাৰ্ষিক সমাৰোহত সম্বৰ্ধনা জনোৱা হয় অসমীয়া চলচিত্ৰৰ মোহময়ী অভিনেত্ৰী আৰু চতিয়াৰ সন্তান মৃদুলা বৰুৱাক।

 গুৱাহাটীবাসী চতিয়া সমাজে ২০২২ চনত আয়োজন কৰা বাৰ্ষিক সমাৰোহত চতিয়াৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে  সম্বৰ্ধনা জনোৱা হয় মমতা বৰাক (ৰুলা বাইদেউ)।

সৰ্বভাৰতীয় ভলীবল দলত চতিয়াৰ জীয়াৰী  শ’লাল গাঁৱৰ কৃষ্ণা শইকীয়া

২০১৮ আৰু ২০২৩ চনত গুৱাহাটীবাসী চতিয়া সমাজৰ  সদস্যসকলৰ বনভোজ স্থানৰ কেইখনমান স্থিৰচিত্ৰ। 

Scroll to Top